Surprise Me!

কংগ্ৰেছৰ দিনৰ বন্ধ সংস্কৃতিৰ বিপৰীতে বৰ্তমান অসম প্ৰগতিৰ পথত: পবিত্ৰ মাৰ্ঘেৰিটা

2026-06-17 0 Dailymotion

মাজুলীত 'জনসম্পৰ্ক অভিযানত' অংশ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ ১২ বছৰীয়া মোদীৰ চৰকাৰৰ শাসনকালৰ ক্ষতিয়ান দিলে মন্ত্ৰীগৰাকীয়ে ৷