Surprise Me!

অসম-নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ, বন্ধ কৰিলে জব কাৰ্ডৰ কাম

2026-06-26 0 Dailymotion

পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নীৰ দিচৈ ভেলী বনাঞ্চলৰ অসম-নাগালেণ্ড সীমান্ত । অসমৰ প্ৰশাসনৰ বৰমূৰীয়াৰ উপস্থিততেই নগাই কাম বন্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।