Surprise Me!

জোনাইত ডেপী নদীৰ খহনীয়াৰ ব্যাপক ৰূপ; নদীৰ বুকুত জাহ গ'ল ৮ পৰিয়ালৰ ঘৰ

2026-06-20 2 Dailymotion

জোনাইৰ গালীঘাটত ডেপী নদীৰ খহনীয়া অব্যাহত । সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত পৰিয়ালসূহ । খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পৰ্কিউপাইনৰ ব্যৱস্থা ।