Surprise Me!

সনাতনৰ সংকট আহিলে সন্মুখৰ পৰা নেতৃত্ব দিব নাগা বাবাই, ক’কৰোছ জনতা পাৰ্টীক সমৰ্থন নকৰে নাগা বাবাই

2026-06-23 8 Dailymotion

অম্বুবাচীলৈ আগমন ঘটিছে প্ৰসিদ্ধ নাগা সাধুৰ । অম্বুবাচী মহাযোগৰ সময়ত বিশেষ আকৰ্ষণ থাকে নাগা বাবাৰ । ইতিমধ্যে নিজৰ আখাৰাত আহি অৱস্থান কৰিছে নাগা সাধুসকলে ।