জোনাইৰ নাহৰ নলাত ভয়ংকৰ গৰাখহনীয়া । কৃষিভূমি, চৰণীয়া পথাৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ কাষত অব্যাহত আছে ব্যাপক খহনীয়া ।