Surprise Me!

উত্তৰ-পূৰ্বত প্ৰথমবাৰলৈ চিনাক্ত ছেলভিয়া মিছেলা নামৰ এবিধ গছ

2026-06-25 27 Dailymotion

কলিয়াবৰ মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ সফলতা ৷ মহাবিদ্যলয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতক শাখাৰ পাঁচগৰাকী শিক্ষাৰ্থীৰ এটা দলে চিনাক্ত কৰিলে এবিধ উদ্ভিদ ৷