কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ পৰম্পৰাগত ধানখেতিৰ পৰা উচ্চ মূল্যৰ উদ্যানশস্যৰ দিশলৈ ধাবিত হ’ব লাগিব । এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ।