Surprise Me!

লক্ষ্য বৰপেটা-বজালীৰ প্ৰতিটো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান; সাজু জিলা স্বাস্থ্য বিভাগ

2026-06-26 19 Dailymotion

বৰপেটা আৰু বজালী জিলাত ২,৭৯,৫৬৩ টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে স্বাস্থ্য বিভাগৰ নিয়োগ ৪,৭৩১ স্বাস্থ্যকৰ্মী আৰু স্বেচ্ছাসেৱক ।