Surprise Me!

অৰুণাচলত ভয়ংকৰ বান-ভূমিস্খলন, বিআৰঅ'ৰ প্ৰচেষ্টাত কিমিন-পটিন পথ মুকলি

2026-06-29 2 Dailymotion

ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলৰ কেয়ি পানিয়ৰ, পাপুম পাৰে, পূব ছিয়াং, ছিয়াং আদি জিলাৰ একাধিক স্থানত ভূমিস্খলন ৷