ডিমৰীয়াত চাপ সহনশীল ধানৰ বীজ সিঁচা কাৰ্যসূচীৰ শুভাৰম্ভ । পথাৰত ট্ৰেক্টৰ চলাই বীজ সিঁচিলে বিধায়ক ডঃ তপন দাসে ।