Surprise Me!

মাজুলীত মাকৈ খেতিৰ বিপ্লৱ: বহিঃৰাজ্যলৈ ৰপ্তানিৰ বাবে সাজু নদীদ্বীপৰ সোণালী মাকৈ

2026-07-10 3 Dailymotion

গোমধান খেতিৰে স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হৈছে মাজুলীৰ এজন যুৱ খেতিয়ক । নিজৰ লগতে প্ৰায় 500 লোকক দিছে কৰ্মসংস্থাপনৰ বাট ৷