Surprise Me!

অসমৰ ইতিহাসৰ অন্যতম এখন শ্ৰেষ্ঠ বাজেট: মন্ত্রী অতুল বৰা

2026-07-10 2 Dailymotion

এইবাৰৰ বাজেটখনক এখন জনমুখী তথা ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি লোৱা বাজেট বুলি উল্লেখ কৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ।