Surprise Me!

এই বছৰৰ দৰে বান কোনো কালেই অসমৰ ৰাইজে দেখা নাই: অতুল বৰা

2026-08-01 1 Dailymotion

যোৰহাটৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বানপীড়িত অঞ্চলত আৰম্ভ কৰিলে জৰীপ ।