Surprise Me!

এই বাজেটৰ দ্বাৰা অসম দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব : সৰ্বানন্দ সোণোৱাল

2026-07-11 1 Dailymotion

শেহতীয়াকৈ বিধানসভাত দাখিল কৰা পূৰ্ণাংগ বাজেটক প্ৰশংসা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।