Surprise Me!

বিশেষজ্ঞৰ বৈজ্ঞানিক পৰামৰ্শ মানি বৃহৎ নদীবান্ধ নিৰ্মাণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

2026-07-12 0 Dailymotion

অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ বিশেষজ্ঞৰ বৈজ্ঞানিক পৰামৰ্শ মানি বৃহৎ নদীবান্ধ নিৰ্মাণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান ভট্টাচাৰ্যৰ৷