Surprise Me!

বৰপেটাত দ্বিতীয় বাৰ্ষিক মুকলি যোগাসন প্ৰতিযোগিতা, প্ৰায় শতাধিক প্ৰতিযোগী অংশগ্ৰহণ

2026-07-19 1 Dailymotion

দেওবাৰে বৰপেটাত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অবিভক্ত বৰপেটা জিলা ভিত্তিত মুকলি যোগাসন প্ৰতিযোগিতা ৷