Surprise Me!

কৃত্ৰিম বানৰ কবলত নগাঁও জিলাৰ ৰাঙলু অঞ্চল, পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

2026-07-20 0 Dailymotion

নগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৰাঙলু অঞ্চলৰ লগতে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চাপানলাৰ বৃহৎ কৃষিভূমি প্লাৱিত কৰাত কৃষকে মূৰে কপালে হাত দিবলগা অৱস্থাৰ সৃষ্টি হৈছে ।