Surprise Me!

অসমত বিধায়কৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা, ইংগিত দিলে বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে

2026-07-21 0 Dailymotion

অসম বিধানসভাৰ আসন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত নতুন বিধানসভা ভৱন নিৰ্মাণ হ'ব । বিধানসভাৰ দ্বিতীয় চৌহদৰ নিৰ্মাণকাৰ্যৰ প্ৰস্তুতি বুজ ল’লে ৰণজিৎ কুমাৰ দাসে ।