শিৱসাগৰৰ লগতে চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে পুৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হয় ৷