Surprise Me!

পথাৰৰ পৰা ঘৰলৈ আহোতেই বজ্ৰপাতত অকাল মৃত্যু যুৱকৰ, আহত মাতৃ

2026-07-24 6 Dailymotion

বৃহস্পতিবাৰে বিয়লি হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ সময়ত বজ্ৰপাতৰ ফলত অকাল মৃত্যুক সাবটি ল’বলগীয়া হয় ২২ বছৰীয়া যুৱকজনে ।