Surprise Me!

গুৱাহাটীৰ ভয়াৱহ কৃত্রিম বানৰ কাৰণ আৰু ইয়াৰ সমাধানসূত্র:কাৰ্যকৰী হোৱা নাই বিশেষজ্ঞই দিয়া বিজ্ঞানসন্মত পৰামৰ্শ

2026-07-25 0 Dailymotion

২০০১ চনত সঠিক অধ্যয়নৰ ভিত্তিত ২০০৯ চনত জাৰি কৰা বিজ্ঞানসন্মত মাষ্টাৰ প্লেনৰ অধিসূচনাৰ ২০২৫ চনত ম্যাদ উকলি গৈছে । বৰ্তমান কোনো মাষ্টাৰ প্লেন নাই ।