নগা পাহাৰত প্ৰকৃতিৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে উজনি অসমৰ তিনি জিলাত ভয়াবহ বান হৈছিল বুলি অভিযোগ বিধায়ক অখিল গগৈৰ ৷