নিজৰ ঘৰৰ পৰা প্ৰায় ৬০০ মিটাৰ দূৰত্বত থকা এটা পুখুৰীৰ পৰা এগৰাকী মাতৃ আৰু তেওঁৰ আঢ়ৈছৰীয়া পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজ ৷