Surprise Me!

নিজে প্ৰত্যক্ষ নকৰালৈকে বান ৰাষ্ট্ৰীয় সমস্যা হয় নে নহয় অনুধাৱন কৰিব নোৱাৰিব: পিতাম্বৰ দেৱ গোস্বামী

2026-07-27 0 Dailymotion

‘‘প্ৰধানমন্ত্ৰী অসমলৈ আহক, কাগজত নহয়, নিজে আহি চাওক- বান ৰাষ্ট্ৰীয় সমস্যা হয় নে নহয় ৷’’ কিয় এইদৰে ক’লে সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে ৷