একেলগে সুৰাপান কৰি থকা সময়তে দুয়োৰে মাজত কথাৰ তৰ্কাতৰ্কি হয় ৷ সুৰাৰ ৰাগীত মাতাল বিপুল গোহাঁয়ে নৰেন নায়কক এডাল বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰে ।