মাথাউৰি নিৰ্মাণ কেনেকুৱা হৈছে আৰু কিদৰে নিৰ্মাণ কৰিছে সেই কথাবোৰত যদি ৰাইজ অসন্তুষ্ট হয় তেতিয়া ঠিকাদাৰক ধন মোকোলাই দিব নালাগে বুলি কয় গৌৰৱে ৷