Surprise Me!

নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অহা প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰী এতিয়া কিয় নাই ? সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰশ্ন

2026-07-30 4 Dailymotion

চৰাইদেউৰ মাহমৰাত বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ কাষত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । কেন্দ্ৰীয় চৰকাৰক জনালে দাবী ।