ডিব্ৰুগড় মদাৰখাটৰ এটা চাহ ফেক্টৰীত ভৰিৰে গচকি গচকি চাহ পেকেজিং কৰা দৃশ্য পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে ৷