Surprise Me!

লোমহৰ্ষক ! হাইলাকান্দিত ১৫ বছৰীয়া নাবালিকাক গণধৰ্ষণৰ পাছত হত্যা

2026-08-03 4 Dailymotion

হাইলাকান্দিত লোমহৰ্ষক হত্যাকাণ্ড ৷ ১৫ বছৰীয়া নাবালিকাক ধৰ্ষণৰ পাছত হত্যা কৰাৰ অভিযোগ ৷ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ ৷