Surprise Me!

চুতীয়া যুৱ পৰিষদৰ উদ্যোগত বন্যাৰ্ত কৃষকৰ বাবে তিতাবৰত সিঁচিলে কঠীয়া

2026-08-04 0 Dailymotion

তিতাবৰ জালুকণিবাৰীত ৪ বিঘা মাটিত সিঁচিলে কঠীয়া । বন্যাৰ্তক সহায়ৰ বাবে চুতীয়া যুৱ পৰিষদৰ উদ্যোগত এই পদক্ষেপ ৷