Surprise Me!

উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ অসমত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা

2026-08-04 4 Dailymotion

তিনিদিনীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা জে পি নাড্ডাই‌ মঙলবাৰে ডিব্ৰুগড়তে বাহৰ পাতি বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিব ।