অসমলৈ আহিব দুই কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজু ৷ বধবাৰে বান বিধ্বস্ত জোনাইৰ ভিন্ন অঞ্চল পৰিদৰ্শন কৰিব দুই মন্ত্ৰীয়ে ৷