নাজিৰাৰ বিহুবৰ, নেপালীখুঁটি, মাজগাঁও, কমলচাপৰী অঞ্চলৰ কেইবাশ পৰিয়ালৰ +ঘৰ বান উটি গল ৷ যাৰ বাবে এতিয়া হাহাকাৰক কৰিবলগীয়া হৈছে বন্যাৰ্তই ৷