Surprise Me!

গোলাঘাটৰ পশ্চিম ধোদাঙত কৰুণ ঘটনা: বাঢ়নি পানীত পৰি কৃষকৰ মৃত্যু

2026-08-06 1 Dailymotion

পশ্চিম ধোদাঙত বাঢ়নি পানীত পৰি কৃষকৰ কৰুণ মৃত্যু । গৰুক খাদ্য দিবলৈ যাওঁতেই বাঢ়নি পানীৰ দ-হোলাত পৰি কৃষক নোমল শইকীয়াৰ মৃত্যু ।