Surprise Me!

আপোন হাত জগন্নাথ ! চৰকাৰলৈ ৰৈ নাথাকি টীয়কত ৰাইজে নিজেই মেৰামতি কৰি ল'লে ৰিংবান্ধ

2026-08-07 1 Dailymotion

বলমা মৰাণ গাঁৱৰ এই বৃহৎ অঞ্চলটোত মূলতঃ কৃষিজীৱী লোকৰ বসতি আছে । প্ৰতিবাৰেই বান্ধটো বানে ছিঙি নিয়াৰ ফলত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।