শিপিনীসকলৰ শিল্পকৰ্মক স্বীকৃতি প্ৰদানৰ লগতে তেওঁলোকক সন্মান প্ৰদৰ্শনৰ লক্ষ্যৰে ২০১৫ চনৰ পৰা ৭ আগষ্টৰ দিনটো সমগ্ৰ দেশতে 'ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস' হিচাপে উদযাপন কৰা হয় ।