জাগীৰোডৰ কৃত্ৰিম বানৰ প্ৰকৃত কাৰণৰ উৎস নিৰ্ধাৰণ নকৰাকৈ যদি অপৰিকল্পিতভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা যায় তেন্তে মূৰকত সেইবোৰ বুমেৰাং হ'ব পাৰে ।