পাঁচ বছৰতে নতুন ১৮২০ খন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ । ২০২৫-২৬ বৰ্ষত সুৰাৰ পৰা ৪০৫৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ ।