বিজেপি আৰু অসম জাতীয় পৰিষদে বান সাহায্য টোপোলাত দলীয় নাম আৰু প্ৰতীক ব্যৱহাৰ কৰাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ।