উজনিৰ বানৰ বাবে অসমৰ দুই মন্ত্ৰী আৰু এজন বিধায়কক দোষাৰোপ ৰিপুণ বৰাৰ । তেওঁলোকক বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ।