মাত্ৰ দুদিন পিছতে দেশে স্বাধীনতাৰ ৮০ বছৰ উদযাপন কৰিব । এতিয়াও শোণিতপুৰৰ বহু গাঁৱৰ ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ বাবে নিশা পহৰা দিব লাগে ।