Surprise Me!

অস্তিত্বৰ সংকটত জোনাইৰ কবু চাপৰি বন ঘৰচীয়া ঘোঁৰা: চোৰাং মাফিয়াই চলাইছে বন ধ্বংসযজ্ঞ

2026-08-13 0 Dailymotion

বেদখলমুক্ত কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ ৰহস্যজনক মৃত্যু ৷ কেইবাটাও বন ঘৰচীয়া ঘোঁৰা বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ ৷ ৰহস্যজনকভাৱে শুকাইছে বহু মূল্যবান গছ-গছনি ৷