"আমি চাকৰিৰ বাবে চৰকাৰক আমনি নকৰি বৈধ ব্যৱসায় কৰিছো ৷ আমাৰ প্ৰতিখন ডাম্পাৰৰ সৈতে দুজনকৈ লোক তথা দুটাকৈ পৰিয়াল চলি আছে ৷" প্ৰতিবাদকাৰীৰ ক্ষোভ ৷