বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্বশৰ্মাৰ পদক্ষেপৰ প্ৰতি প্ৰশ্ন সংগঠনটোৰ । উজনিৰ তিনি জিলাৰ বান পৰিস্থিতি মানৱসৃষ্ট বুলি অভিযোগ সংগঠনটোৰ সম্পাদক পৰশজ্যোতি দাসৰ ।