Surprise Me!

পানীত ওপঙি বিশ্ব জয় কৰিব ওলাইছে লখিমপুৰৰ মৃদুলে: দিনে-নিশাই ওপঙি থাকিব পাৰে পানীত

2026-08-18 22 Dailymotion

মৃদুল বৰা নামৰ শাৰীৰিকভাৱে বাধাগ্রস্ত এজন যুৱক। কিন্তু শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি তেওঁ পানীত প্ৰদৰ্শন কৰে বহু অসম্ভৱ কৌশল । এক বিশেষ প্ৰতিবেদন ।