২০ আগষ্টত কলকাতাত অনুষ্ঠিত হ'ব চীন বিৰোধী প্ৰতিবাদ ৷ চলো কলকাতা–ইউনাইটেড ফৰ তিব্বত কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অৰুণাচলৰ পৰা প্ৰতিনিধৰ দল কলকাতালৈ ৷