Surprise Me!

বেদখলীকৃত ভূমি এৰিবলৈ ৪৮ ঘণ্টাৰ সময়সীমা: ক’লৈ যাব, কি কৰিব ভাবি পোৱা নাই আবুল-ইছমাইলহঁতে

2026-08-20 8 Dailymotion

নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ বৰপানী বনাঞ্চলত অতি শীঘ্ৰেই উচ্ছেদ অভিযান চলিব বুলি জানিব পৰা গৈছে ।