প্ৰায়সমূহ গেছ এজেন্সীত দালাল চক্ৰই ই-কেৱাইচিৰ নামত ধন সংগ্ৰহ কৰা বুলি একাংশ গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে ।