শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ পাছত সৃষ্টি হোৱা পৰিস্থিতি স্বাভাৱিক কৰাৰ লক্ষ্যৰে অসম-মেঘালয় চৰকাৰৰ বৈঠক । ১৫ খন এজাহাৰ পঞ্জীয়ন, আক্ৰমণত জড়িত পাঁচজনক চিনাক্ত ।