Surprise Me!

কাৰ্বি আংলঙৰ পৰম্পৰাগত আদালত সন্দৰ্ভত বিধেয়ক গ্ৰহণ

2025-06-26 0 Dailymotion

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ অধিৱেশন । পৰাম্পৰাগত আদালত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক টেৰিটৰিয়েল কাউন্সিললৈ উন্নীত কৰাৰ বাবে বিধেয়ক গ্ৰহণ ।